ৰঙিয়াত (Rangia) ইনভা গাড়ী (Innova Car) আৰু পালচাৰ বাইকৰ (Pulsar Bike) মাজত ভয়ংকৰ দুৰ্ঘটনা (Horrific Road Accident)। থিতাতে নিহত (Death) হয় নৱজিৎ কলিতা(৩০) নামৰ যুৱকজন। আনহাতে সংকজনক অৱস্থাত নিৰেন দাস নামৰ যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনা (Road Accident) সংঘটিত কৰা বাহন খনৰ নম্বৰ হৈছে AS 16F9052, আনহাতে পালচাৰ গাড়ীখনৰ নম্বৰ হৈছে AS 14 E 0129।
দুৰ্ঘটনা সংঘটিত কৰি ইনভা গাড়ীখন ৰাস্তাতে থৈ পলায়ন চালক আৰু আৰোহীৰ।
Photo & Input: ছফিকুল
Discussion about this post