এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে শিলচৰ (Silchar) চহৰৰ পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩੦ মিটাৰ দূৰৈত ছিটিক পৰিল এখন দ্ৰুতবেগী টাটা নেক্সন বাহন।
চালকৰ আসনত বহি থকা বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই এই দুৰ্ঘটনাত কৰুণ মৃত্য়ুক (Tragic Death) সাৱটি লয়। নিহত যুৱকজনৰ নাম অভিষেক দেব বুলি জানিব পৰা গৈছে।
মৃত অভিষেক দেব শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰ (Law Student) আছিল। শিলচৰৰ পৰা ডলুলৈ যোৱাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা (Road Accident)। স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
Photo & Input: নৈতিক শীল
Discussion about this post