লখিমপুৰৰ (Lakhimpur) কদম কছাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। থিতাতে নিহত এজন চাইকেল আৰোহী। লখিমপুৰ জিলাৰ কদম কছাৰিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অৰুণাচল আৰক্ষীৰ (Arunachal Police) দ্ৰুতবেগী AR 01 N 0171 নম্বৰৰ স্কৰপিঅ’ বাহন খনে চাইকেল আৰোহী দুজনক মহটিয়াই লৈ যোৱাত সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত থিতাতে নিহত (Death) হয় এগৰাকী চাইকেল আৰোহী। আন এজন লোকক সংকটজনক অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post