বঙাইগাঁৱৰ বইটামাৰী সংযোগী ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ।
একে দিশত গৈ থকা As 01-EB-6323 নম্বৰৰ ক্ৰেটা বাহন এখনে As19-N-8674 নম্বৰৰ বাইকখনক পাছফালৰ পৰা খুন্দিয়াই। থিতাতে নিহত বাইক আৰোহী তথা আৰক্ষীৰ লোক এজন।
নিহত আৰক্ষীজনৰ নাম হ’ল দীপক পাঠক। দীপক পাঠকৰ ঘৰ অভয়াপুৰীত। দীপক পাঠক চাপৰ থানাত কৰ্মৰত বুলি জানিব পৰা গৈছে।
Photo & Input: Nurjamal sk
Discussion about this post