যুগ্মজীৱনৰ মাথো কেইটামান বছৰৰ পিছতে অকলশৰীয়া হৈ পৰিল দ্বীপেন বৰুৱা (Dwipen Baruah)। দ্বীপেন বৰুৱাৰ পত্নী ছৈয়দা জ্যোৎস্না ৰেহমানৰ (Jyotshna Rahman) শেষ নিশ্বাস ত্যাগ (Dies)। উচ্চ ৰক্তচাপ জনিত কাৰণত মৃত্যুক সাৱটে জ্যোৎস্না ৰহমানে।
১ অক্টোবৰৰ সন্ধিয়া ৮বজাত দেহাৱসান দ্বীপেন বৰুৱাৰ পত্নীৰ। তেখেতৰ মৃতদেহ আজি গোলাঘাটলৈ লৈ যোৱা হ’ব। গোলাঘাটৰ (Golaghat) কুমাৰপতীত কৰা হ’ব সৎকাৰ। মুছলমানৰ ৰীতি নীতিৰে কৰা হ’ব শেষকৃত্য। দ্বীপেন বৰুৱাই ৬৪ বছৰ বয়সত বিবাহ-পাশত আৱদ্ধ হৈছিল।
Photo: Google





























Discussion about this post