ৰাজ্যত আজি দুপৰীয়া ১.১২ বজাত এটা মজলীয়া প্ৰাবল্যৰ ভূমিকম্পই (Earthquake) জোকাৰি যায়। গুৱাহাটী মহানগৰী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমূহকো জোকাৰি যায়।
ৰিখতাৰ স্কেলত ৪.১ প্ৰাবল্যৰ ভূমিকম্পটোৰ (Earthquake) ফলত ৰাজ্যত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱাৰ তথ্য বৰ্তমানলৈ পোহৰলৈ অহা নায়।
গুৱাহাটীৰ (Guwahati) লগতে বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও আজি জিলা সমূহতো ভূমিকম্পৰ (Earthquake) জোকাৰণি অনুভূত হয়।
Photo: Google





























Discussion about this post