বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ। অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছিল বিধায়কগৰাকীয়ে। মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দিছপুৰ থানালৈ আনিছে শ্বহীদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা বিতৰ্কিত বিধায়কজনক।
বিধায়কজনক দিছপুৰৰ চৰকাৰী আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে। শ্বহীদক লৈ আপত্তিজনক মন্তব্য কৰা শ্বেৰমানক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছিল বহু দল-সংগঠননে। ৰাজ্যৰ চাৰিওফালে শ্বেৰমানৰ বিৰুদ্ধে চলিছিল উত্তাল প্ৰতিবাদ।
পূৰ্বেও কলাক্ষেত্ৰত মিঞা মিউজিয়াম বিচাৰি বিতৰ্কৰ সৃষ্টি কৰিছিল শ্বেৰমান আলীয়ে।
Photo: Google




























Discussion about this post