দৰং জিলাৰ দলগাঁৱত নিশা ডকাইতলৈ আৰক্ষীৰ গুলীচালনা। গুলীচালনাত নিহত ডকাইত আচাবাবু আলী। আলীৰ বয়স ৩৮।
বহু দিনৰ পৰা ডকাইতি কাৰ্যত জড়িত হৈ আছিল আশাবাবু। আছাবাবুৰ নেতৃত্বত ২০১৪ চনৰ ২৯ আগষ্টত দৰঙৰ এগৰাকী বিশিষ্ট অধিবক্তা বিনয় কুমাৰ ঘোষক হত্যা তথা তেখেতৰ ঘৰত ডকাইতিৰ কাৰ্য সংঘটিত কৰিছিল।
এতিয়া দুৰ্ধর্ষ ডকাইত আছাবাবুৰ হত্যাৰ পিছত সন্তোষ প্ৰকাশ কৰে বিনয় ঘোষৰ পৰিয়ালে।
Photo: Bhabesh Kalita





























Discussion about this post