কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ BDOক নিলম্বন ৷ বিভাগীয় তদন্তৰ ভিত্তিত BDO মনি দেৱীক নিলম্বন কৰা হয়। গৰৈমাৰী উন্নয়ন খণ্ডত ব্যপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে।
কিছুদিন পূৰ্বে গৰৈমাৰী উন্নযন খণ্ডত চলিছিল মুখ্যমন্ত্ৰী তদানিন্তন কমিটিৰ অভিযান ৷ এই অভিযানতে উন্মোচন হৈছিল ব্যপক অনিয়মৰ তথ্য ৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব Dr J.B. Ekkaই নিলম্বন কৰে গৰৈমাৰীৰ BDO মনি দেৱীক ৷
Photo: Khatang Khobor
Discussion about this post