ফেচবুকত হুকহুকাই কান্দি কান্দি LIVE দিলে জনপ্ৰিয় ইউটিউবাৰ (Youtuber) লাবুমণি (Labumoni) আমচঙে। ভগ্নীৰ কথা কৈ কৈ কান্দিছে লাবুমণি আমচঙে। দুদিন ধৰি নিখোজ লাবুমণিৰ ভগ্নী।
বেংকলৈ যাওঁ বুলি কৈ ক’লৈ গ’ল লাবুমণিৰ ভগ্নী? আৰক্ষীয়ে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন কৰিছে লাবুমণিয়ে।
লাবুমণিয়ে লাইভত ক’লে- ‘মাইনা মই ভাবিছো তই এই ভিডিঅ’টো দেখি আছ। কেইটামান কথা শুনি ল’বি। আৰক্ষী-প্ৰশাসনৰ (Assam Police) দৰে মানুহবিলাক আমাৰ কাৰণে এটা এটা শব্দ। তই কালিয়েই হেৰালি আজিলৈকৈ তোৰ দদায়ে বিচাৰি ওলাব পৰা নাই। তেনেকুৱা হাত দীঘল মানুহো নহয় মই। ইমান সময় তই নাইকিয়া হৈ আছ মই তোক বিচাৰি উলিয়াব পৰা নাই।’
আৰু লগতে ক’লে-
https://www.facebook.com/Assamjet/videos/1766818516846463/
Photo: Facebook





























Discussion about this post