চামগুৰিৰ কনুৱামাৰী বি.চি দাস এম.ই স্কুলত উত্তপ্ত পৰিস্থিতি। ৰূপহী শিক্ষা খণ্ড বিষয়াৰ উপস্থিতিত সান্ধ্য আইন ভংগ কৰি পাৰ্টী কৰাৰ বাবে এই উত্তপ্ত পৰিস্থিতি।
স্থানীয় ৰাইজৰ অভিযোগ বিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাৰ অন্তত বিভাগীয় বিষয়াসকল একগোট হৈ অনুষ্ঠিত কৰিছিল এই পাৰ্টী। স্থানীয় ৰাইজ উপস্থিত হৈ পাৰ্টীৰ বিষয়ে সোধা-পোছা কৰাত সৃষ্টি হয় এই পৰিস্থিতিৰ। শিক্ষা বিষয়াৰ এনে কাণ্ডত লজ্জানত শৈক্ষিক মহল।
Photo & Input: Haris Tanbir





























Discussion about this post