সাংস্কৃতিক আৰু শৈক্ষিক ৰাজধানী যোৰহাটত বিহুক চৰম অপমান কৰিলে বহু জাতিক কোম্পানী বিগ বাজাৰে! সংস্কৃতিৰ নামত চূড়ান্ত অসভ্যালি।
এফালে অসমৰ ভেটি কাঢ়ি নিছে বিদেশীয়ে। আনফালে অসমৰ বাপুতি সাহোন বিহুক কি ৰূপ দিছে চাওক এই ভিডিঅ’-
কোনো স্বাভিমানী অসমীয়াই সহ্য কৰিব নোৱাৰে এই দৃশ্য। ” মানিকি মাগে হিথে” নামৰ ছিনহালা গীতত অসমীয়াৰ বাপুতি সাহোন বিহুক ফিউজন কৰা কাৰ্যক ধিক্কাৰ সৰ্বত্ৰ।
অৱশ্যে বিগবাজাৰৰ কৰ্তৃপক্ষই এই কাণ্ডত ভুল স্বীকাৰ কৰে সাংবাদ মাধ্যমৰ সন্মুখত।
Photo & Input: জিন্টু দেওধাই ফুকন
Discussion about this post