বৃহস্পতিবাৰে পুৱা নগাঁৱত (Nagaon) এক কৰুণ পথ দুৰ্ঘটনা (Tragic Road Accident) সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত (4 Years Child Died) এটি কণমানি শিশু। নগাঁও হয়বৰগাঁও ইছলামপট্টিত এখন দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিলে এটি ৩বছৰীয়া শিশুক (Truck Hit Child)।
দুৰ্ঘটনাটোত থিতাতে নিহত হয় আৰফা চুলতানা নামৰ শিশুটি। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 01DD 5594।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post