মূল্যবৃদ্ধিয়ে স্বভাৱ সলনি কৰিলে চোৰৰো। মঙলদৈত (Mongoldoi) সংঘটিত হ’ল এক আজৱ চুৰিকাণ্ড (Mustard Oil Thief)। এটা শিৱ মন্দিৰত নিশা সংঘটিত হ’ল চুৰিকাণ্ড। পিছে এইবাৰ চোৰে ধন-সোণ নহয়, মিঠাতেলৰ বটলহে টাৰ্গেট কৰি ল’লে চোৰে।
মন্দিৰৰ জমা ধনৰ লগতে কাতি মহীয়া পুঠি পাঠৰ বাবে চাকি জ্বলাবলৈ জমা ৰখা ৬ লিটাৰ মিঠাতেল নিশা চোৰে কৰিলে চুৰি (Thief)। মূল্য বৃদ্ধিৰ বাবেই চোৰে মিঠাতেলৰ বটল টাৰ্গেট কৰা বুলি সন্দেহ মঙলদৈ চহৰৰ গেৰিমাৰী শিৱ মন্দিৰ সমিতিৰ।
Photo & Input: ভৱেশ কলিতা
Discussion about this post