লখিমপুৰত (Lakhimpur) উপলব্ধ হ’ল চোৰ ধৰা অত্যাধুনিক যন্ত্ৰ (Thief Capture Equipment)। লখিমপুৰ নগৰৰ টাউন বান্টৌৰ শিৱ মন্দিৰৰ সমীপত Dynamic securityies নামৰ ব্যৱসায় প্ৰতিষ্ঠানত উপলব্ধ চোৰ ধৰা এই অত্যাধুনিক যন্ত্ৰ।
লখিমপুৰ জিলাখনৰ লগতে নগৰখনত চোৰৰ (Thief) উপদ্ৰৱ বৃদ্ধি পোৱাক লৈ চোৰৰ পৰা পৰিত্ৰাণ পাবলৈ লখিমপুৰৰ নিৱনুৱা যুৱক ৰিয়াজুল হুছেইনে বিশেষ অত্যাধুনিক চোৰ ধৰা যন্ত্ৰৰ স্থাপন কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠান।
বাসগৃহ, ব্যৱসায়ী প্ৰতিষ্ঠান, গাড়ী, বাইক আদিত ব্যৱহাৰ কৰিব পৰা চোৰ ধৰা অত্যাধুনিক যন্ত্ৰবিধ কম মূল্যত ৰাইজে ক্ৰয় কৰিব পাৰিব লখিমপুৰ নগৰৰ টাউন বান্টৌৰ শিৱ মন্দিৰৰ সমিপত Dynamic securityies নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখনৰ পৰা।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post