এগৰাকী শিক্ষকৰ (Teacher) এটা ভাইৰেল ভিডিঅ’ (Viral Video)। লজ্জানত কৰিলে দক্ষিণ কামৰূপৰ (South Kamrup) আমৰংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় (Amranga Barihat Higher Secondary School)। লাজত তলমূৰ কৰিলে দক্ষিণ কামৰূপবাসীয়ে।
এটা ভাইৰেল ভিডিঅ’ (Viral Video) আৰু আধুনিকতাৰ প্ৰভাৱ বাৰুকৈয়ে পৰা এগৰাকী স্বয়ম্ভু শিক্ষক। অমৰজ্যোতি ভাগৱতী নামৰ এই শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত সোমাই কিদৰে মেজৰ ওপৰত বহি ছাত্ৰ-ছাত্ৰীক শিক্ষা দিছে চাওক দৃশ্য।
দক্ষিণ কামৰূপৰ শিক্ষাৰ ক্ষেত্ৰখনত অগ্ৰনি ভূমিকা গ্ৰহণ কৰি অহা আমৰংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৰিমা ভৰিৰে মোহাৰি পেলালে। শ্ৰেণীকোঠাটোৰে এজন ছাত্ৰই এই দৃশ্য মোবাইলত বন্দী কৰাৰ পিছত চৌদিশে সৃষ্টি হ’ল তীব্ৰ প্ৰতিক্ৰিয়াৰ। তাৰপিছত শিক্ষক অমৰজ্যোতি ভাগৱতীয়ে কেমেৰাৰ সন্মুখত কি ক’লে শুনক-
Photo & Input: Pritam Bayan
Discussion about this post