শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে বঙালী ফেডাৰচনৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন। এইবাৰ হুংকাৰ অসমীয়া যুৱ মঞ্চৰ। শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ নকৰিলে অসমীয়া বিৰোধী বঙালীক ৰাজপথত পিটা হ’ব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।
গোচৰ প্ৰত্যাহাৰ নকৰিলে জ্বলাই দিয়া হ’ব সকলো বেংগলী ফেডাৰেচনৰ কাৰ্যালয়। লগতে আঠু কঢ়াই ৰাজপথত পিটা হ’ব বেংগলী নেতাক। অসমত কেৱল অসমীয়াগিৰী চলিব” লখিমপুৰৰ ৰাজপথত বেংগলী ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদ।
কিছুদিন পূৰ্বে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ এটি ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। য’ত চলিহাই এগৰাকী ব্যৱসায়িক ভাবুকি দিয়া দেখা গৈছিল।
Photo : Khatang Khobor





























Discussion about this post