গাড়ীগাঁও এনকাউণ্টাৰ সন্দৰ্ভত (Garigaon Encounter) ডিচিপি নৱনীত মহন্তৰ সংবাদমেল (DCP Nabaneet Mahanta Pressmeet)। সংবাদ মেলত আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘নিশা গোপন সূত্ৰৰ পম খেদি আটক কৰা হৈছিল বিকি আলীক (Rapist Biki Ali Encounter Case)। গড়ভঙা বনাঞ্চলত চলা অভিযানত নিশা পলোৱাৰ চেষ্টা চলাইছিল বিকিয়ে। পানবজাৰ থানাৰ OC টুইংকল গোস্বামীৰ ছাৰ্ভিচ ৰিভ’লভাৰ কাঢ়িছিল বিকিয়ে। আৰক্ষীলৈ লক্ষ্য কৰি দুই জাঁই গুলী ফুটাইছিল বিকিয়ে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে বিকিক গুলিয়াবলৈ বাধ্য হয়।
বিকিৰ গুলীচালনাত গুৰুতৰভাবে আহত দুই আৰক্ষী বিষয়া। GMCHত চিকিৎসাধীন হৈ আছে দুই আৰক্ষী বিষয়া। বিকি আলীৰ পিতৃৰ ভাষ্যক অস্বীকাৰ DCPৰ। আন চাৰি অভিযুক্তক বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে।
Photo & Input: Khatang Khobor




























Discussion about this post