নামঘৰ মন্দিৰৰ বাবে অসম দৰ্শন আঁচনি গ্ৰহণ। ৰূপহীহাটত শিক্ষামন্ত্ৰীক জনজাতীয় পৰম্পৰাৰে ব্যাপক আদৰণি জনালে ৰাইজে। ২ কৌটি টকা ব্যায় সাপেক্ষে প্ৰেক্ষাগৃহৰ নিৰ্মানৰ আধাশিলা স্থাপন কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে(Ranoj Pegu)।
মাদ্ৰাছা টেট উত্তীৰ্ণৰ ক্ষেত্ৰত শিক্ষা মন্ত্ৰী ৰণোজ পেগু মন্তব্য- ‘যিহেতু মাদ্ৰাছা, টেট মাদ্ৰাছাসমূহ থাকোতে অনুষ্ঠিত কৰা হৈছিল…কিন্তু বৰ্তমান মাদ্ৰাছা সমূহ বিদ্যালয়লৈ পৰিৱৰ্তিত কৰা হ’ল গতিকে বৰ্তমান মাদ্ৰাছা টেট উত্তীৰ্ণসকলৰ কোনো প্ৰাসংগিকতা নাই ৷ মেডেলিষ্ট এথেলেটিকছ লীলাৱতী দৈমাৰীৰ নামত জনজাতীয় প্ৰেক্ষাগৃহ নিৰ্মাণ।
১ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণৰূপে আনলক প্ৰক্ৰিয়াৰ খোলাৰ ব্যৱস্থা গ্ৰহণৰ কথাও সদৰি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
Photo & Input: আবু হানিফা
Discussion about this post