দেওবাৰে নিশা মহানগৰীৰ এপল’হাস্পতালত ভুল চিকিৎসাৰ বলি হৈ এজন লোকৰ মৃত্যু হোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ভুল চিকিৎসাৰ বাবে মৃত্যুক সাৱটিলে
ৰমেশ কুমাৰ বিৰ্মানী নামৰ এজন লোক। ৰমেশ কুমাৰ বিৰ্মানী পানবজাৰৰ ৱেষ্টাৰ্ণ বুক ডিপোৰ স্বত্বাধিকাৰী আছিল।
মৃত ৰমেশ কুমাৰ বিৰ্মানীয়ে পাইলছ ৰোগত আক্ৰান্ত হৈ হাস্পতালখনত চিকিৎসাধীন হৈ আছিল আৰু হাস্পতালখনত চিকিৎসাধীন হৈ থকা সময়তে হাস্পতালখনৰ চিকিৎসক ডা০ ৰিতুপৰ্ণ বৰুৱাৰ বিৰুদ্ধে বিৰ্মানীৰ পৰিয়ালৰ লোকে ভুল চিকিৎসা কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইফালেৰোগীৰ পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰাৰ বুলিও মৃত্যু হোৱা বিৰ্মানীৰ পৰিয়ালে চিকিৎসালয়খনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে।
Photo: Google





























Discussion about this post