অভয়াপুৰীত (Abhayapuri) মেট্ৰিকৰ পৰীক্ষাৰ (HSLC) দিনাই অঘটন। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থীয়ে বাচি ললে আত্মহননৰ পথ। ছাত্ৰজনে নিশা চিপ লৈ আত্মহত্যাৰ (Suicide Case) পথ বাচি লোৱা বুলি জানিব পৰা গৈছে।
ঘটনাটো সংঘটিত হয় উত্তৰ শালমাৰা আৰক্ষী চকীৰ (North Salmara Police) অন্তৰ্গত আমতোলাত। পৰীক্ষাৰ্থীজন অভয়াপুৰীৰ আমতোলাৰ পৱন ৰায় (১৭)।
উত্তৰ শালমাৰাৰ DPM হাইস্কুলৰ ছাত্ৰজনে আজি মেট্ৰিক পৰীক্ষাত (HSLC) অৱতীৰ্ণ হোৱাৰ কথা আছিল।
Photo & Input: সৌৰভ জ্যোতি দাস
Discussion about this post