ৰঙিয়াৰ (Rangia) ৩১নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ বঙালীকুছিত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটিলে এজন যুৱকে (One Youth Spot Died) আৰু গুৰুতৰভাবে আহত হয় এজন যুৱক (One Youth Critically Injured)।
নিহত যুৱকজন ৰঙিয়াৰ স্পৰ্শ হাস্পতালৰ ৱাৰ্ডবয় তথা ৰঙিয়াৰ সমীপৰ দ্বাৰকুছিৰ নিবাসী মোবাৰক আলী। ইফালে আহত যুৱক আৰমান ৰাজক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ঘটনাটো জানিবলৈ দিয়া অনুসৰি মঙলবাৰে নিশা ৰঙিয়াৰ পৰা দুই যুৱকে নম্বৰ প্লেটবিহীন বুলেট বাইকেৰে গুৱাহাটী অভিমুখে আহি আছিল। সেই সময়তে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিত এখন ট্ৰাকৰ সৈতে ভয়ংকৰ সংঘৰ্ষ হয় বাইকখনৰ (Bike Collided With Truck)। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ট্ৰাকসহ চালকৰ।
Photo & Input: চফিকুল আহমেদ
Discussion about this post