মঙলদৈত (Mangaldoi) শোকৰ ছাঁ। গুৱাহাটীৰ (Guwahati) পৰা গীত পৰিৱেশন কৰি ঘৰলৈ আহি থকা অৱস্থাত বেজেৰাৰ শালমাৰাত দুৰ্ঘটনাত পতিত শিল্পীৰ গাড়ী। থিতাতে নিহত টিংকুমনি ভূঞা আৰু প্ৰাঞ্জল দাস নামৰ মঙলদৈৰ দুজন বাদ্যযন্ত্ৰী (Two Youth Died)।
ৱেগনাৰ গাড়ীৰে পুৱা ৭.৩০ বজাত ঘৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি দ’ খাৱৈত পৰি থিতাতে নিহত যুৱক দুজনৰ। টিংকুমনি ভূঞা মঙলদৈৰ গেৰিমাৰীৰ বাসিন্দা আৰু প্ৰাঞ্জল দাস মহলদৈ আৰেঙৰ বাসিন্দা।

সংগীত শিল্পী ৰবি দাস বৰ্তমান গুৱাহাটী মেডিকেল কলেজত ICUত ভৰ্তি হৈ থকা বুলি জানিব পৰা গৈছে।
Photo & Input: Bhabesh Kalita





























Discussion about this post