চাবুৱা (Chabua) পুৰণি পেট্ৰ’ল পাম্পৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা (Horrific Incident) সংঘটিত হয়। ৰে’ল আৰু অল্টো বাহনৰ মুখামুখি সংঘৰ্ষ (Train And Alto Car Collision)। ৰে’লৰ এটা ইঞ্জিন ডিব্ৰুগড় মুখে আহি থকা অৱস্থাত নিজ চাবুৱা কমাৰ গাৱৰ পৰা ক্ৰচিং পাৰ হ’বলৈ ধৰা অল্টো গাড়ী খনক খুন্দা মাৰে।
দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা যাত্ৰীকেইজনৰ। সময় থাকোতে অল্টো বাহনখন এৰি যাত্ৰীকেইজন পলাই যোৱা বাবে প্ৰাণৰক্ষা পৰে লোককেইজনৰ।
Photo & Input: জিতু দাস
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-onion-benefits-for-health/9377/
Discussion about this post