তেজপুৰৰ মুঢ়াতেতেলীত এক শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ ঘৰত কাম কৰা এগৰাকী যুৱতীৰ আত্মহত্যা ৷ প্ৰতীম শৰ্মা নামৰ লোকজনৰ গৃহত ভাৰাতীয়া হিচাপে আছিল যুৱতীগৰাকী ৷
মৃত যুৱতীগৰাকী হৈছে চাৰিদুৱাৰৰ ১৮ বছৰীয়া মনিকা বসুমতাৰী ৷ ঘটনাস্থলীত স্থানীয় কছাৰীগাঁও আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে যুৱতীগৰাকীৰ মৃতদেহ আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
এতিয়াও যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷
Photo & Input: অভিজিৎ দাস
Discussion about this post