লখিমপুৰৰ লালুকত ৰাজপথত বেংগলী ফেডাৰেচনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বীৰ লাচিত সেনাৰ। লখিমপুৰৰ লালুকত আজি বীৰ লাচিত সেনা অসমৰ লালুক আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বঙালী ফেডাৰেচনৰ বিৰুদ্ধে।
“শৃংখলৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ নকৰিলে দৌৰাই দৌৰাই পিটা হ’ব সকলো বেংগলীক। এই মন্তব্য বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিৰ উপ-সভাপতি দিগন্ত বৰগোঁহাই।
তেওঁ লগতে কয় যে কেন্দ্ৰীয় সমিতিয়ে বঙালী ফেডাৰেচনক বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত গোচৰ প্ৰত্যাহাৰ কৰিবলৈ সকিয়াই দিয়ে। সভাপতি দীপক দে’ৰ পুত্তলিকা দাহ কৰাৰ লগতে বেংগলীৰ দাদাগিৰী নচলিব, দীপক দে মূর্দাবাদ আদি শ্লোগান দি ৰাজপথত পুত্তলিকা দাহ কৰে।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post