ডবকাত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ চোকা অস্ত্ৰ দেখুৱাই বৃদ্ধৰ পৰা লুটিলে নগদ ধন। গোপাল দেৱনাথ নামৰ বৃদ্ধজনৰ পৰা কাঢ়ি লৈ যায় ধনখিনি ৷
বাইকত আহিছিল দুজনীয়া ডকাইতৰ দল ৷ ডবকাৰ শ্মশানৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা ৷ ডকাইতক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান ৷
উল্লেখ্য মাত্ৰ এদিন পূৰ্বে মোৰাঝাৰৰ ৰহমত নগৰত সংঘটিত হৈছিল আন এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷
Photo & Input: এবাদুৰ ৰহমান
Discussion about this post