গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা হয় এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ। বিষয় হৈছেঃ MOBILITY AND MULTILINGUALISM IN SOUTH AND SOUTHEAST ASIA: IMPACT OF GLOBAL ECOLOGICAL CHANGE ON LOCAL SOCIETY
27TH , 28TH , 29TH DECEMBERত তিনিদিনীয়াকৈ আয়োজন কৰা এই আলোচনা চক্ৰত প্ৰায় ৮খন দেশৰ সমল ব্যক্তিয়ে শাৰীৰিকভাৱে উপস্থিত থকাৰ উপৰিও অনলাইনযোগে অংশগ্ৰহণ কৰিব।
Central Institute of Indian Languages (CIIL),
Department of Higher Education, Ministry of Education, Govt. of India.
Pragjyotish Centre for Cultural Research (PCCR), Assam, India,
IIT, Gandhinagar, Gujarat, India,
Department of Archaeology, Cotton University, Guwahati, Assam India,
School of Liberal Studies and Education, Navarachana University, Vadodara, Gujarat, Indiaৰ উদ্যোগত আৰু
Indian Council of Social Science Research (ICSSR), New Delhi
Social Science Research Council, Brooklyn, NY, USA
সহযোগত এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখনৰ আয়োজন কৰা হৈছে।
ইয়াৰে মুখ্য ব্যৱস্থাপকসকল হৈছে
IIT, Gandhinagarৰ Dr. Nishaant Choksi ,(Cotton Universityৰ Dr. Manjil Hazarika , (PCCRৰ Phanindra Talukdar আৰু Navrachana Universityৰ Dr. J. A. H. Khatri
আজিৰ উন্মোধনী অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি নিজৰ বক্তব্য প্ৰদান কৰে অসম চৰকাৰৰ শিক্ষা বিভাগত উপদেষ্ঠা ড. ননীগোপাল মহন্ত, কটন বিশ্ববিদ্যালয়ৰ উপাযাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন কুমাৰ শৰ্মা, আই চিচিআৰৰ আঞ্চলিক সঞ্চালক মধুৰকংকনা ৰয় আদি।
Photo: Khatang Khobor
Discussion about this post