আজিৰে পৰা সান্ধ্য আইনৰ সময় এঘণ্টা বৃদ্ধি। নিশা ১০ বজালৈ খোলা থাকিব সকলো দোকান-পোহাৰ। ১১ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব কাৰ্ফিউ। নতুন SOP প্ৰকাশ ৰাজ্য চৰকাৰৰ।

সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) লকডাউন সন্দৰ্ভত কৈছিল যে, ৰাজ্যত বৰ্তমান সময়ত কোনো কাৰণতে লকডাউন নহয়। ভেকচিনৰ জৰিয়তে ক’ৰোনা সংক্ৰমণ ৰোধৰহে চেষ্টা কৰিব ৰাজ্যৰ।
আজি ২৬ অক্টোবৰৰ পৰা নিশা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব কাৰ্ফিউ (Curfew)। নিশা ১০ বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰ আদি।
বিবাহ অনুষ্ঠানত কমেও একোটাকৈ ভেকচিন লোৱা ৫০জন লোকক উপস্থিত থকাৰ অনুমতি। অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানতো ৫০ লোকৰ উপস্থিতিৰ অনুমতি।
Photo: Khatang Khobor





























Discussion about this post