গঁড় চিকাৰীৰ (Rhino poacher) সন্ধান দিওঁতালৈ অসম আৰক্ষীৰ (Assam Police) পুৰস্কাৰ ঘোষণা। ২ লাখ টকাকৈ পুৰস্কাৰ আগবঢ়াব খবৰ দিওঁতালৈ। এই কথা টুইটাৰযোগে ঘোষণা কৰিছে জি পি সিঙে (GP Singh)। টুইটত জিপি সিঙে উল্লেখ কৰিছে যে গঁড়ৰ চোৰাং চিকাৰত জড়িত এই পলাতক অপৰাধীকেইজনক কৰায়ত্ত কৰিবলৈ বিচাৰি থকা হৈছে। সঠিক খবৰ দিওঁতাই প্ৰতিজনৰ গ্ৰেপ্তাৰৰ বিনিময়ত পাব পাৰে নগদ দুই লাভ টকাৰ পুৰস্কাৰ (Rs 2 lakh Reward For Information Leading To Arrest Of Rhino Poachers)।
লগতে গঁড়ৰ খড়্গ উদ্ধাৰ হ’ব পৰাকৈ কোনোৱে তথ্য দিলে নগদ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে (Assam Police)।
https://twitter.com/gpsinghips/status/1488751793479634944?s=20&t=n6SrNID7Nq5q62ui_vA5tg
টুইটাৰত জি পি সিঙে (GP Singh) উল্লেখ কৰা অপৰাধী কেইজন হ’ল –
১. আতাউৰ ৰহমান ওৰফে বাচা, ৩৫ বছৰ
পিতা-মহম্মদ ইফাৰ আলী
গাঁও- ১ নং আদাভেটি
থানা- চটিয়া
গঁড় ৰ চোৰাং চিকাৰত জড়িত এই পলাতক অপৰাধী কেইজনক কৰায়ত্ব কৰিবলৈ বিচাৰি থকা হৈছে।সঠিক খৱৰ দিওঁতাই প্ৰতিজনৰ গ্ৰেপ্তাৰৰ বিনিময়ত পাব পাৰে নগদ দুই লাখ টকাৰ পুৰস্কাৰ – আতাউৰ ৰহমান ওৰফে বাচা, ৩৫ বছৰ
পিতা-মহম্মদ ইফাৰ আলি
গাঁও- ১ নং আদাভেটি
থানা- চটিয়া pic.twitter.com/YXo4ME1jsn— GP Singh (@gpsinghips) February 2, 2022
২. আব্দুল মটিন ওৰফে কালা, বয়স-৩৬ বছৰ
পিতা- মহম্মদ ইছমাইল আলী
গাঁও-১ নং আদাভেটি
থানা- চটিয়া
জিলা- বিশ্বনাথ
গঁড় ৰ চোৰাং চিকাৰত জড়িত এই পলাতক অপৰাধী কেইজনক কৰায়ত্ব কৰিবলৈ বিচাৰি থকা হৈছে।সঠিক খৱৰ দিওঁতাই প্ৰতিজনৰ গ্ৰেপ্তাৰৰ বিনিময়ত পাব পাৰে নগদ দুই লাখ টকাৰ পুৰস্কাৰ – আব্দুল মটিন ওৰফে কালা
বয়স-৩৬ বছৰ
পিতা- মহম্মদ ইছমাইল আলি
গাঁও-১ নং আদাভেটি
থানা- চটিয়া
জিলা- বিশ্বনাথ pic.twitter.com/oWzcwqgBVP— GP Singh (@gpsinghips) February 2, 2022
৩. আছমত আলী ওৰফে নালকো, ৩৫ বছৰ
পিতা- মহম্মদ আজিবোৰ ৰহমান
গাঁও- মিলনপুৰ ( ১নং আদাভেটি)
থানা- চটিয়া
জিলা- বিশ্বনাথ, অসম
গঁড় ৰ চোৰাং চিকাৰত জড়িত এই পলাতক অপৰাধী কেইজনক কৰায়ত্ব কৰিবলৈ বিচাৰি থকা হৈছে।
।সঠিক খৱৰ দিওঁতাই প্ৰতিজনৰ গ্ৰেপ্তাৰৰ বিনিময়ত পাব পাৰে নগদ দুই লাখ টকাৰ পুৰস্কাৰ – আছমত আলি ওৰফে নালকো ৩৫ বছৰ
পিতা- মহম্মদ আজিবোৰ ৰহমান
গাঁও- মিলনপুৰ ( ১নং আদাভেটি)
থানা- চটিয়া
জিলা- বিশ্বনাথ, অসম pic.twitter.com/wPksuOg6b2— GP Singh (@gpsinghips) February 2, 2022
Photo: GP Singh (Twitter)
Discussion about this post