অসমত পুনৰ এনকাউণ্টাৰ (Encounter)। আৰক্ষীৰ গুলীত নিহত (Death) এজন KDLF নেতা। কাৰ্বি আংলং (Karbi Anglong) জিলাৰ ৰং বং ৱেত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ (Encounter) ঘটনা।
কিছুদিন পূৰ্বে ৰং বং ৱেত দলং নিৰ্মাণৰ কৰ্মচাৰী এজনক অপহৰণ কৰিছিল নিহত KDLF নেতা জেকচন ৰহাঙে। লগতে জানিব পৰা অনুসৰি KDLF উগ্ৰপন্থী সংগঠনটোৰ অধ্যক্ষ আছিল জেকচন ৰংহাং।
আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা এটা পিষ্টল, সজীৱ গুলী আৰু KDLF সংগঠনৰ ধনদাবীৰ পেড আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Photo: Khatang Khobor





























Discussion about this post