উলমা ডাকঘৰ (Floating Post Office) : পোৱা যায় : ডাল হ্ৰদ (Dal Lake), জম্মু, আৰু কাশ্মীৰত
উত্তৰ-পূব ভাৰতৰ কাশ্মীৰ উপত্যকাৰ নিস্তব্ধ চহৰ শ্ৰীনগৰ আৰু ডাল হ্ৰদত (Dal Lake) অৱস্থিত মনোমোহা এখনি গাঁও । য’ত শ শ বছৰ ধৰি বিলখনৰ ওপৰত ঘৰতে বনোৱা হাউচবোটত বসবাস কৰি আহিছে এটা সম্প্ৰদায়। আন চহৰ আৰু গাঁৱৰ দৰে ডাল হ্ৰদত (Dal Lake) বসবাস কৰাসকলেও ডাক লাভ কৰে।
ডাল হ্ৰদত (Dal Lake) বিশ্বৰ একমাত্ৰ উলমা ডাকঘৰ ((Floating Post Office) আছে। আৰু ই ২০০ বছৰতকৈও অধিক সময় ধৰি ডাল হ্ৰদৰ ((Dal Lake) উলমা গাঁওখনৰ (floating village) বাসিন্দাসকলক বিশ্বৰ বাকী অংশৰ সৈতে সংযোগ কৰি ৰাখিছে।
Discussion about this post