বঙাইগাঁও জিলাত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। নিউ বঙাইগাঁও ৰে’ল জংচনত কথমপি প্ৰাণ ৰক্ষা দুজনৰ। চলন্ত ৰে’লৰ পৰা বাগৰি পৰে দুই যাত্ৰী।
যাত্ৰী দুগৰাকীক শীঘ্ৰে উদ্ধাৰ কৰে ৰে’ল কৰ্মীয়ে। ৰে’ল কৰ্মী দুগৰাকীৰ নাম অভিজিৎ চেন গুপ্তা আৰু বিনোদ চৌধুৰী বুলি জানিব পৰা গৈছে।
সমগ্ৰ দৃশ্যাংশ বন্দী হয় ষ্টেচনটোত সংযোজিত CCTV CAMERAত।
Photo & Input: সৌৰভ জ্যোতি দাস
Discussion about this post