ৰঙানদী জলবিদ্যুৎ প্রকল্পটোৰ পৰা অতিৰিক্ত পানী এৰি দিবলৈ ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ গেট মুকলি কৰা হৈছে।
প্রতি ছেকেণ্ডত ১৬১ ঘন মিটাৰ পানী অতিৰিক্তভাৱে এৰি দিয়া হ’ব cipf-es.org ৰঙানদীত।
ইতিমধ্যেই ৰঙানদীৰ জলপৃষ্ঠ প্ৰায় ৯৪ মিটাৰলৈ বৃদ্ধি পাইছে। আৰু ১ মিটাৰ পানী বৃদ্ধি পালেই অতিক্রম কৰিব বিপদসীমা।
ইয়াৰ পাছতেই লখিমপুৰবাসীলৈ সাৱধানবাণী জাৰি কৰা হৈছে।
Discussion about this post