সোমবাৰে গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হৈছিল স্পাৰ্ক মিছ নৰ্থ ইষ্ট-২০২৩ ৰ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত জামুগুৰিহাটৰ জীয়ৰী মৌ পালে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে । উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা এশৰো অধিক প্ৰতিযোগীয়ে মিছ নৰ্থ ইষ্ট-২০২৩ ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ কিন্তু এই সকলো প্ৰতিযোগীক পৰাস্ত কৰি বিজয়ৰ খিতাপ অৰ্জন কৰে মৌ পালে ৷
স্পাৰ্ক মিছ নৰ্থ ইষ্ট -২০২৩ খিতাপ অৰ্জন কৰা মৌ পাল জামুগুৰিৰ নিবাসী সুব্ৰত পাল আৰু জুমা পালৰ কন্যা ৷
Discussion about this post