যোৱা নিশা মৰিগাওঁত সংঘটিক হ’ল এক চাঞ্চল্যৰ ডকাইতি কাণ্ডৰ।
বাইকত অহা ৩ জনীয়া ডকাইতৰ দলে দেগাৰ দেখুৱাই এখন ব্যৱসায়ী প্রতিষ্ঠানৰ স্বত্বাধিকাৰীৰ পৰা কাঢ়ি নিলে বেগ।
কিশোৰ জৈন নামৰ ব্যৱসায়ীজন প্রতিষ্ঠান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত এই ডকাইতি কাণ্ড সংঘটিত হয়।
বেগটোত আছিল হিচাপৰ বহীৰ লগতে প্রায় ৬০ হাজাৰ টকা আৰু ২টা মোবাইল ফোন।
Discussion about this post