• Home
  • Privacy Policy
  • Terms & Conditions
Thursday, June 5, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    Small but MIGHTY !

    Small but MIGHTY !

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    “ডায়েৰী অব্ মণিপুৰ”  : মহা কুম্ভমেলাৰ মনালিছা ..

    “ডায়েৰী অব্ মণিপুৰ” : মহা কুম্ভমেলাৰ মনালিছা ..

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
তিতাবৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ

মৰিগাওঁত দেগাৰ দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে টকাৰ বেগ...

কে-নাইন স্কোৱাড শীলাই বুধবাৰে পুৱা শেষ নিস্বাস ত্যাগ কৰে ।

তিতাবৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ

এই চাৰি ব্যক্তি দ্বাৰা সমষ্টি পুনঃ নিৰ্ধাৰণ কৰা হৈছে।

Khatang Khobor by Khatang Khobor
August 12, 2023
in অসম, ৰাজনীতি
0 0
Share on FacebookShare on Twitter

তিতাবৰত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰক মন্তব্য কৰে। শুকুৰবাৰে তিতাবৰত পাম অইল আদিকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়-‘ পাম অইল কেৱল অসমৰ কাৰণে নহয়, ই বিশ্বৰ প্ৰকৃতিৰ কাৰণে ভয়ংকৰ খেতি। আমি ৰাইজৰ দলে অসমত এই খেতি নিষিদ্ধ কৰাটো বিচাৰো।’

অসমৰ মাটিত, উত্তৰ পূৰ্বাঞ্চলৰ মাটিত ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰামদেৱ বা আন আন বাহিৰৰ কোম্পানীক মাতি নি অসমীয়া জাতিটোক চিৰকালৰ বাবে অন্যায় কৰিব বিচাৰিছে। অসমৰ ৰাইজে পাম অইল খেতিৰ বিৰুদ্ধে মাত মাতিব লাগে। ৰামদেৱ হওক বা আন কোম্পানীয়ে হওক পাম অইল কৰিবলৈ অহা কোম্পানীক অসমৰ পৰা খেদি পঠাবলৈ লাগে বুলি অখিল গগৈয়ে উল্লেখ কৰে।

লগতে তেওঁ কয়- ‘অসমৰ প্ৰতিটো প্ৰান্তৰৰ বাট-পথ এতিয়া বিধ্বস্ত,বিশেষকৈ গাঁৱৰ পথসমূহ বোকাময়। চৰকাৰখনে ঢাক ঢোল পিটি পইচা খৰছ কৰিছে ,বিহু পাতি ধন খৰছ কৰিছে ,নাচনী কাৰণে পইচা খৰছ কৰিছে,উৎসৱৰ কাৰণে পইচা খৰছ কৰিছে ,কেবিনেট মিটিং দিল্লীত পাতি টকা খৰচ কৰিছে, মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত উঠি পইচা খৰছ কৰিছে ,হিতাধিকাৰীৰ নামত পইচা খৰছ কৰিছে কিন্তু যাতায়ত ব্যৱস্থাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।’

প্ৰসংগ ক্ৰমে বিধায়কগৰাকীয়ে মন্তব্য কৰে অসমত সকলো ধৰণৰ ছিণ্ডিকেট চলিছে । কয়লা,চুপাৰি,কাঠৰ ছিণ্ডিকেট চলিছে,গৰু ম’হৰ,শাক পাচলি, আদিৰ ছিণ্ডিকেট চলিছে। অসমৰ মুখ্যমন্ত্ৰীয়েই এই ছিণ্ডিকেটত জড়িত বুলি বিস্ফোৰক মন্তব্য কৰে।

‘Election commission of India মানেই এতিয়া বিজেপি commission of India । ই এতিয়া বিজেপিৰ সংস্থাৰ নিচিনাকৈ কাম কৰে। মুখ্যমন্ত্ৰীয়ে দিল্লীত গৈ election commission of India ৰ লগত কথা পাতি নিজৰ মতে সমষ্টি নিৰ্ধাৰণ কৰিছে বুলি তাৎৰ্যপূৰ্ণ মন্তব্য কৰে।

ইফালে সমষ্টি পুনঃ নিৰ্ধাৰণৰ ক্ষেত্ৰতো বিধায়ক গগৈয়ে কয়- ‘সমষ্টি পুনৰ নিৰ্ধাৰণত চাৰিজন ব্যক্তি জড়িত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা,অশোক সিংঘাল আৰু জয়ন্ত মল্লবৰুৱা। এই চাৰি ব্যক্তি দ্বাৰাই সমষ্টি পুনঃ নিৰ্ধাৰণ কৰা হৈছে। election commission of indiaৰ দ্বাৰা সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা নাই।’

আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তৰত তেওঁ কয়- ‘আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰতিদ্বন্দিতা কৰিব, কিন্ত যোৰহাট লোকসভা নিৰ্বাচনত ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত।’ অনাগত দিনত AIUDF সাম্প্ৰদায়িক দলৰ লগত কেতিয়াও ৰাইজৰ দলে বুজাবুজি নকৰে বুলি স্পষ্ট কৰি দিয়ে । ৰাইজৰ দলৰ সকলো সদস্যৰ মৃত্যু হ’লেও এজন যদি সদস্য জীয়াই থাকে তথাপি কেতিয়াও এই সাম্প্ৰদায়িক দলৰ লগত বুজাবুজি নহয় বুলি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰে।

Tags: AssamNationalPolitics
Previous Post

মৰিগাওঁত দেগাৰ দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে টকাৰ বেগ…

Next Post

কে-নাইন স্কোৱাড শীলাই বুধবাৰে পুৱা শেষ নিস্বাস ত্যাগ কৰে ।

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

June 4, 2025
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেতিয়া সলনি হ’ব সেই বিষয়ে পূৰ্বেই সকলো জানিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনকি এই কথা মুখ্যমন্ত্ৰীয়ে জনাইছিল ভূপেন বৰাকো।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেতিয়া সলনি হ’ব সেই বিষয়ে পূৰ্বেই সকলো জানিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনকি এই কথা মুখ্যমন্ত্ৰীয়ে জনাইছিল ভূপেন বৰাকো।

May 27, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist