ঘোষণা হ’ল ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান
অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটাপ্ৰাপক নাম ঘোষণা
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ অসম বৈভৱ বঁটা
মুঠ ৪গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম সৌৰভ বঁটা
সাঁতোৰবিদ এলভিছ আলী হাজৰিকালৈ অসম সৌৰভ বঁটা
এথলীট হিমা দাসলৈ অসম সৌৰভ বঁটা
তিৱা সংস্কৃতিৰ সাধক নাদিৰাম দেউৰীলৈ অসম সৌৰভ বঁটা
ডঃ কিষাণচান্দ নৰিয়াললৈ অসম সৌৰভ বঁটা
মুঠ ১৭গৰাকী ব্যক্তিলৈ অসম গৌৰৱ বঁটা
শিল্পী ৰঞ্জিত গগৈলৈ অসম গৌৰৱ বঁটা
বিশিষ্ট শব্দযন্ত্ৰী দেৱজিত চাংমাইলৈ অসম গৌৰৱ বঁটা
ওজাপালি শিল্পী দ্ৰোণ ভূঞালৈ অসম গৌৰৱ বঁটা
কৃষি ক্ষেত্ৰত নীলম দত্তলৈ অসম গৌৰৱ বঁটা
ৰিপ’জৰ স্বত্তাধিকাৰী অনুপম ডেকালৈ অসম গৌৰৱ বঁটা
কাঠফুলা খেতিৰ বাবে বসন্ত চিৰিং ফুকনলৈ অসম গৌৰৱ বঁটা
প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তলৈ অসম গৌৰৱ বঁটা
হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱালৈ অসম গৌৰৱ বঁটা
শিৱসাগৰৰ আশা কৰ্মী মিনাক্ষী চেতিয়ালৈ অসম গৌৰৱ বঁটা
বৰপেটাৰ বাঁহ-বেতৰ শিল্পী মনেন্দ্ৰ ডেকালৈ অসম গৌৰৱ বঁটা
কাৰ্বি আংলঙৰ শিল্পী পখিলা লেকটেপিলৈ অসম গৌৰৱ বঁটা
মিচিং সাজসজ্জাৰ বাবে ধেমাজিৰ জেকলিন কুম্বাঙলৈ অসম গৌৰৱ বঁটা
ক’লা ধান জনপ্ৰিয় কৰাৰ বাবে দুধনৈৰ উপেন্দ্ৰ ৰাভালৈ অসম গৌৰৱ বঁটা
তিনিচুকীয়াৰ অংগনৱাড়ী কৰ্মী মেৰী হাছালৈ অসম গৌৰৱ বঁটা
ওদালগুৰিৰ টেনজিং বডোচালৈ অসম গৌৰৱ বঁটা
ষ্ট্ৰবেৰীৰ বাবে তিনিচুকীয়াৰ ৰাহুল গুপ্তালৈ অসম গৌৰৱ বঁটা
বৰাকৰ নিৰ্মল দে’লৈ অসম গৌৰৱ বঁটা
১০ ফেব্ৰুৱাৰীত কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব এই বঁটা
বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি
Discussion about this post