মহানগৰীৰ বৰঝাৰস্থিত গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এগৰাকী বিমান যাত্ৰীৰ পৰা জব্দ ৯০ হাজাৰ আমেৰিকান ডলাৰ। দিল্লীৰ পৰা গুৱাহাটী হৈ ইম্ফললৈ সৰবৰাহ কৰিব বিচাৰিছিল এই বৃহৎ সংখ্যক ধনখিনি।
ভাৰতীয় হিচাপত প্ৰায় ৬৫,৭০০,০০ টকা। ২৫ বছৰীয়া আৰ্বাজুদ্দিন মালে নামৰ এজন যুৱকৰ পৰা জব্দ কৰে টকাখিনি। বিমান বন্দৰত বেগ স্ক্ৰীনিং কৰোতেই উদ্ধাৰ হয় টকাখিনি।
যুৱকজনৰ বেগৰ পৰা উদ্ধাৰ হয় টকাখিনি। যুৱকজনক সীমা শুল্ক কৰ্মকৰ্তাৰ অধীনত আটক কৰা হৈছে।
Photo: Khatang Khobor




























Discussion about this post