বৃহস্পতিবাৰে পুৱা গুৱাহাটী-শ্বিলং পথত কৃষি মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। শিলচৰলৈ গৈ থকা সময়তেই সংঘটিত হয় এই দুৰ্ঘটনাটো।
জানিব পৰা অনুসৰি কনভয়ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ওপৰত বাগৰি পৰে। দুৰ্ঘটনাটোত মন্ত্ৰীগৰাকীৰ দুজনকৈ নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হয়। কৃষি মন্ত্ৰী অতুল বৰা হোৱা নাই আঘাতপ্ৰাপ্ত।
Photo: Khatang Khobor





























Discussion about this post