ধুবুৰী(Dhubri)ৰ বিলাসীপাৰাত অসম আৰক্ষীৰ এনকাউণ্টাৰ(Encounter)। ডকাইত(Dacoit)ৰ দললৈ লক্ষ্য কৰি গুলী লনা বিলাসীপাৰা আৰক্ষীৰ।
বাইকত আহিছিল ৬ জনীয়া ডকাইতৰ দলটো। আৰক্ষীক দেখি পলায়ন চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা। এজন ডকাইতৰ শৰীৰত গুলীবিদ্ধ হৈ বাইকৰ পৰা বাগৰি যায়। পিছত গুলীবিদ্ধ অবস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই আৰক্ষীয়ে। ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হয় ডকাইতটোৰ।
মৃত ডকাইতটো চাপৰৰ ৰৌ মাৰীৰ মহম্মদ আলীৰ পুত্ৰ ছাইদুল আলী বুলি জানিব পৰা গৈছে ৷
Photo & Input: KK Firoj Alom





























Discussion about this post