অসমত চৰকাৰে (Assam Govt) নৈশ কাৰ্ফিউ (Night Curfew) জাৰি কৰিলেও ৩১ ডিচেম্বৰৰ নিশা এই নিয়ম কাৰ্যকৰী নহ’ব। ৩১ ডিচেম্বৰৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চালকে সুৰাপান (Drink & Drive Not Allowed) কৰি গাড়ী চলাব নোৱাৰিব। কিন্তু সুৰাপান কৰি আনৰ গাড়ীত আহিব পাৰিব। ৩১ ডিচেম্বৰৰ (31st December) বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চালকে সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব। কিন্তু সুৰাপান কৰি আনৰ গাড়ীত আহিব পাৰিব।
চালকে সুৰাপান কৰি আহিলে আৰোহী চালক সকলো আৰক্ষীৰ আলহী হ’ব লাগিব। OLA, UBER, Peindia কেবৰ বিৰুদ্ধেও কঠোৰ পৰিবহণ বিভাগ। OLA, UBER, Peindia কেবৰ ওপৰত চোকা দৃষ্টি ৰাখিছে বিভাগে। যিসকল সুৰাপায়ীয়ে ৩১ ডিচেম্বৰৰ দিনা সুৰাপান কৰি কেব ব্যৱহাৰ কৰে সেইসকলক সকীয়নি প্ৰশাসনৰ। কেব চালকে অভিযোগ দিব পাৰিব সুৰাপায়ী আৰোহীৰ বিৰুদ্ধে, অভিযোগ পোৱা মাত্ৰেই ব্যৱস্থা গ্রহণ কৰিব আৰক্ষী, পৰিবহণ বিভাগে। কেব চালকে সুৰাপান (Drink & Drive Not Allowed) কৰি আহিলেও আৰোহীয়ে অনলাইনযোগে দিব পাৰিব অভিযোগ।
Photo: Google




























Discussion about this post