সুৰাপায়ীৰ বিলৈ! অত্যধিক সুৰাপান কৰি সোমাই পৰিল ৰাজপথৰ স্তম্ভৰ লোহাৰ মাজত। লোহাৰ আবৰণ ফালি লোকজনক উলিয়াই আনিবলৈ আপ্ৰাণ প্ৰচেষ্টা। ছচিয়েল মিডিয়াত (Social Media Viral Video) ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।
এটা ৰাস্তাৰ মাজত এটা লোহাৰ স্তম্ভৰ ভিতৰত আৱদ্ধ হৈ থকা এজন সুৰাপায়ী লোকৰ ভিডিঅ’ ভাইৰেল (Social Media Viral Video) হৈ আছে। ভিডিঅ’টোত, এগৰাকী মহিলাক আৱদ্ধ পুৰুষজনক সহায় কৰিবলৈ পথচাৰীসকলক অনুৰোধ কৰা দেখা পোৱা গৈছে। কিন্তু লোকজনক তেওঁলোকে সহায় কৰিবলৈ অস্বীকাৰ কৰে আৰু কৰ্তৃপক্ষক ফোন কৰিবলৈ জোৰ দিয়ে।
চাওক Viral Video-
বৰ্তমানলৈ জানিব পৰা হোৱা নাই ক’ৰ হয় এই ভিডিঅ’টো (Social Media Viral Video)। লগতে এই ভিডিঅ’টো বহু লোকৰ বাবে হাঁহিৰ খোৰাক হৈ পৰিছে।
Photo: Social Media




























Discussion about this post