শ্বহীদক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক (Sherman Ali) দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ (Police Custody) প্ৰেৰণ কৰা হৈছে। দেওবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল শ্বেৰমান আলীক।
আৰক্ষীয়ে শ্বেৰমান আলীক ১০ দিনৰ জিম্মাত বিচাৰিছিল কিন্তু আদালতে কেৱল দুদিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আলীক। দোষী সাব্যস্ত হ’লে ৩ বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব পাৰে শ্বেৰমান আলী।
Photo: Google




























Discussion about this post