অসমৰ বান-খহনীয়াৰ সমস্যাক লৈ সৰৱ সাংসদ প্ৰদ্যুৎ বৰদলৈ (Pradyut Bordoloi)। লিখিত বিবৃতিযোগে কেন্দ্ৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস সাংসদগৰাকীৰ। অসমৰ ৩২ লাখ হেক্টৰ ভূমি বান প্ৰৱণ। প্ৰতিবছৰে বান আৰু খহনীয়াৰ পাছত অসমে হেৰুৱাই ৮০০০ হেক্টৰ ভূমি। ১৯৫৪ চনৰ পৰা অসমে হেৰুৱাইছে ৪.৩ লাখ হেক্টৰ ভূমি। কেন্দ্ৰ চৰকাৰক (Central government) দীৰ্ঘম্যাদী সামাধান উলিয়াবলৈ আহ্বান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। বান আৰু খহনীয়াৰ ফলত ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী সাংসদগৰাকীৰ।
Due to the lack of any coherent Union Govt policy to address river erosion & discontinuation of the Flood Management Prog since 2014, Assam suffers acutely due to erosion causing extensive land loss & displacement of communities. Raised this issue under Rule 377 in LS today👇 pic.twitter.com/Y6vTZWRYzU
— Pradyut Bordoloi (@pradyutbordoloi) February 3, 2022
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-3-injured-at-tamulpur-in-assam/6509/
Discussion about this post