আকৌ মামা ভাগিনৰ ধেমালি। শিৱসাগৰ (Sivasagar) কলেজ জয়সাগৰৰ মহাৰজত জয়ন্তীৰ আজি দ্বিতীয় দিনত মামা আৰু ভাগিনৰ কথা বাৰ্তা। তেলৰ দামক লৈ মুখ্যমন্ত্ৰীৰ ধেমালি। ‘ছোৱালী আৰু বুলেটো আছে তেলৰ দাম কমাই দিয়ক’- এই অনুৰোধ ভাগিনে কৰিলে মামা ওৰফে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক (Himanta Biswa Sarma)।
ভাগিনৰ এই প্ৰশ্নত মামাৰ উত্তৰ- “তেলৰ দাম কমা নাই নেকি, কমিছে দেখোন”। ভাগিনৰ চুলিৰ ডিজাইনো শলাগিলে মামা মুখ্যমন্ত্ৰীয়ে (Himanta Biswa Sarma)। ‘চুলিৰ ষ্টাইল ভাল লাগিছে। ইয়াত এনেকৈ কাটিব পাৰে চুলি? ভাগিনে ক’লে ভাওনাত অসুৰৰ ভাও লওঁ মামা।’
Photo & Input: দ্বীপজোতি গগৈ
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/photo-gallery-the-worlds-dirtiest-house-is-being-sold/4232/
Discussion about this post