দেশৰ স্বাধীনতা লাভৰ ৭৫ বছৰৰ ঐতিহাসিক ক্ষণক বছৰ জুৰি উদযাপন কৰিব ভাৰতীয় জাতীয় কংগ্ৰেছে। সেই লক্ষ্যৰে অসমৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অধ্যক্ষতাত এখন পৰিকল্পনাকাৰী আৰু সমন্বয়ৰক্ষী সমিতি গঠন কৰি দিয়ে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে।
তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ অধ্যক্ষসহ মুঠ ১১ জনীয়া সমিতি খন গঠন কৰা হয়। স্বাধীনতাৰ হীৰক জয়ন্তী উদযাপনৰ পৰিকল্পনা প্ৰস্তুতৰ বাবে গঠন কৰা সমিতি খনত আছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈও। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমিতিখনত সাংসদ বৰদলৈ অন্তৰ্ভুক্ত হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সাংসদগৰাকীৰ দলীয় সতীৰ্থ আৰু সমৰ্থক সকল।
Congress President Smt. Sonia Gandhi has constituted the following committee to plan & coordinate the one year long celebration of 75th Anniversary of Independence with immediate effect. pic.twitter.com/WtyPdx4sGm
— INC Sandesh (@INCSandesh) September 1, 2021
Photo: Facebook
Discussion about this post