‘ছানী লিয়নী আহি যদি ফ্লায়িং কিছ দি ভোটাৰক বা কোনোবা এটা ৰাজনৈতিক দলক আকৰ্ষিত কৰিব বিচাৰে নোৱাৰিব। এই কথা আজিও কৈছো মই, কোনো নোৱাৰে হৰুৱাব মোক।’- সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য ন বিজেপি নেতা ৰূপজ্যোতি কুৰ্মীৰ।
‘মৰিয়নীত মই সদায়ে কৈ আহিছো জিকিমেই বুলি, এইবাৰো জিকিম যদি প্ৰাৰ্থিত্ব পাও। যদি নাপাও বিজেপিৰ প্ৰাৰ্থীৰ সৈতে থাকিম। কৃষ্ণই যেনেকৈ অৰ্জুনক এৰি দিয়া নাছিল। মই তেনেকৈ কৃষ্ণৰ ৰথ চলাম আৰু অৰ্জুনক বিজয়ী কৰি তুলিম।’- উপ নিৰ্বাচনক লৈ এই মন্তব্য বিধায়কগৰাকীৰ।
কংগ্ৰেছ আৰু Aiudf য়ে মিত্ৰতা কৰি মহাপাপ কৰিছল। এই মহাপাপৰ ফল দুয়োটা দলেই ভুগিব লাগিব। কংগ্ৰেছে বিটিআৰ নিৰ্বাচনত ১ পাইছিল সেয়াও পিছত বিজেপিলৈ আহিল”।
Photo: Khatang Khobor




























Discussion about this post