মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ গোচৰত আজি জামিন লাভ কৰে বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে (Sherman Ali Ahmed)। আজি বিশেষ ন্যায়াধীশৰ আদালতে জামিন (Bail) প্ৰদান কৰে বিধায়কগৰাকীক।
সমষ্টি উন্নয়ন পুজিৰ দুৰ্নীতিৰ অপৰাধত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিছিল (Sherman Ali Ahmed)। লগতে শ্বহীদক ‘হত্যাকাৰী’ বুলি কৈ কৰিছিল অপমান। দিছপুৰ আৰক্ষীয়ে বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰিছিল শ্বেৰমান আলীক।
পূৰ্বেও বিধায়ক গৰাকীয়ে জামিন আৱেদন কৰিছিল যদিও জামিন লাভ কৰা নাছিল।
Photo: Google
Discussion about this post