Earn Money Idea: যদি আপুনি ঘৰতে বহি একো নকৰাকৈ টকা উপাৰ্জন (Income Money) কৰিব বিচাৰিছে, তেন্তে আমি আপোনাক এটা সৰ্বশ্ৰেষ্ঠ আইডিয়া দিবলৈ ওলাইছো। ইয়াৰ দ্বাৰ আপুনি কঠোৰ পৰিশ্ৰম নকৰাকৈ কেইমিনিটমানৰ ভিতৰতে লাখপতি হৈ উঠিব। ইয়াৰ বাবে, আপোনাৰ ওচৰত ৭৮৬ (786) নম্বৰৰ নোট থাকিব লাগিব। যদি আপোনাৰ লগত ১, ৫, ১০, ২০, ৫০ বা ১০০ বা ২০০০ টকীয়া নোট আছে, য’ত ৭৮৬ নম্বৰটো আছে তেন্তে আপুনি লাখ লাখ টকা জিকাৰ সুযোগ লাভ কৰিব। আহক জানো কেনেদৰে।
বহু লোকে পুৰণি নোট সংগ্ৰহ কৰি ভাল পায়
বহুলোকে পুৰণি নোট আৰু মুদ্ৰা সংগ্ৰহ কৰিবলৈ বৰ ভাল পায়। আপোনালোকক জনাও যে, পুৰণি নোট আৰু মুদ্ৰা বিক্ৰী কৰি টকাও উপাৰ্জন কৰিব পাৰি। যদি আপুনিও ৭৮৬ নম্বৰ থকা নোটখন বিক্ৰী কৰিব বিচাৰে তেন্তে ই-বে (Ebay) ৱেবছাইটলৈ গৈ বিক্ৰী কৰিব পাৰে। এই ৱেবছাইটত বহুলোকে পুৰণি নোট বিক্ৰী আৰু ক্ৰয় কৰে।
৭৮৬ নম্বৰত কি বিশেষ আছে?
বহুতো মানুহে ভাগ্যত বিশ্বাস কৰে। বহুলোকে এক নিৰ্দিষ্ট ৰং, সংখ্যা বা কাপোৰ নিজৰ বাবে ভাগ্যৱান বুলি বিবেচনা কৰে। সেই একেদৰে ৭৮৬ নম্বৰটোকো অতি ভাগ্যৱান (Lucky) বুলি গণ্য কৰা হয়। ইয়াক বহুলোকে শুভ বুলি গণ্য কৰে। গতিকে তেওঁলোকে এনে নোটবোৰ ভালদৰে ৰাখিব বিচাৰে।
Ebay ৱেবছাইটত বিক্ৰী কৰিব পাৰে
৭৮৬ শৃংখলাৰ নোট আপুনি Ebay বিক্ৰী কৰিব পাৰে। ইবে ৱেবছাইটত আপুনি এই সংখ্যাৰ ৫, ১০, ২০, ৫০, ১০০, ২০০, ৫০০, ২০০০ টকাৰ নোট বিক্ৰী কৰিব পাৰে। আপুনি প্ৰথমে এনে নোটবোৰৰ ফটো তুলিব লাগিব আৰু ৱেবছাইটত এটা প্ৰ’ফাইল বনাই এই ফটোখন পোষ্ট কৰিব লাগিব। তাত মূল্য অনুসৰি তাৰে তালিকাভুক্ত কৰিব লাগিব।
এই পদক্ষেপবোৰ অনুসৰণ কৰক
– প্ৰথমে আপুনি http://www.ebay.com ক্লিক কৰিব লাগিব। – হোমপেজত পঞ্জীয়ন কৰক আৰু ক্লিক কৰক আৰু নিজকে বিক্ৰেতা হিচাপে পঞ্জীয়ন কৰক। – আপোনাৰ নোট খনৰ এখন ফটো লওক আৰু ইয়াক ছাইটত আপলোড কৰক। ইবেই আপোনাৰ বিজ্ঞাপনটো সেইসকল লোকক দেখুৱাব যিসকলে পুৰণি নোট আৰু মুদ্ৰা ক্ৰয় কৰিবলৈ এই প্লেটফৰ্মটো ব্যৱহাৰ কৰি আছে। – যিসকল লোকে নোট ক্ৰয় কৰিবলৈ আগ্ৰহী, তেওঁলোকে আপোনাৰ বিজ্ঞাপন দেখিব, তাৰ পিছত আপোনাৰ সৈতে যোগাযোগ কৰিব। আপুনি তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু নোট বিক্ৰী কৰিব পাৰে।
৩ লাখ টকাৰ হ’ব উপাৰ্জন
উল্লেখ্য Ebay ৱেবছাইটত নিৰ্বাচিত নোটৰ হে নিলামী কৰা হয়। যিকোনো লোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। আপুনি আপোনাৰ ৭৮৬ নোটৰ মূল্য নিজেই নিৰ্ধাৰণ কৰিব পাৰে। এই ৱেবছাইটত এনে নোটৰ মূল্য ৩ লাখ টকালৈকে কৰা হৈছে।
Photo: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/news/massive-fire-at-south-salmara-8-houses-guts-in-assan/5314/
Discussion about this post